শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

বৰ্ণিহাটৰ গেৰেজৰ পৰা উদ্ধাৰ চুৰি ট্ৰাক, ৪জনক আটক

129

ডিজিটেল সংবাদ, শ্বিলংঃ বাগৰী আৰক্ষীৰ সফল অভিযান। বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজমোহন ডেকাৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে উদ্ধাৰ কৰে বাৰচকীয়া এখন চুৰি ট্ৰাক।

ট্ৰাকখন বাগৰীৰ এখন লাইন হোটেলৰ সন্মুখৰ পৰা ১৭ জুলাইত চুৰি হৈছিল। আৰক্ষীয়ে অভিযান চলাই মেঘালয়ৰ বৰ্ণিহাটৰ এটা গেৰেজৰ পৰা উদ্ধাৰ কৰে ট্ৰাকখন।

এই ঘটনাৰ সৈতে জড়িত ধৃত চাৰিজন হ’ল অপিন্দৰ চাহানী,ৰজল কুমাৰ, বীৰেন্দৰ চাহানী আৰু ৰাকেশ কুমাৰ। চাৰিওৰে ঘৰ বিহাৰত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি