শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

হেলমেট পৰিধান কৰা ডকাইতৰ দলে বেংকৰ পৰা লুটি লৈ গ’ল প্ৰায় ৮ লাখ টকা, VIDEO

352
  • বিহাৰৰ মুজাফ্ফৰপুৰত বেংক ডকাইতিৰ ঘটনা।
  • মুজাফ্ফৰপুৰৰ গোবাৰশ্বাহী এলেকাত থকা আই চি আই চি বেংকত চলিল ডকাইতি।
  • ডকাইতৰ দলে বেংকটোৰ পৰা লুটি লৈ গ’ল ৮,০৫,১১৫ টকা।
  • ৬জনীয়া ডকাইতৰ দল এটাই সংঘটিত কৰে এই কাণ্ড।
  • হেলমেট পৰিধান কৰি বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে।
  • বেংকৰ নিৰাপত্তাত নিয়োজিত এজন চিকিউৰিটী গাৰ্ডৰ ৰাইফলো কাঢ়ি লৈ যায় দলটোৱে।
  • এই সমগ্ৰ ঘটনা বন্দী হৈছে বেংকৰ চিচিটিভি কেমেৰাত।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • অৱশ্যে এই মুহূ্ৰ্তলৈকে ডকাইতৰ দলটোৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি