হেলমেট পৰিধান কৰা ডকাইতৰ দলে বেংকৰ পৰা লুটি লৈ গ’ল প্ৰায় ৮ লাখ টকা, VIDEO

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বিহাৰৰ মুজাফ্ফৰপুৰত বেংক ডকাইতিৰ ঘটনা।
  • মুজাফ্ফৰপুৰৰ গোবাৰশ্বাহী এলেকাত থকা আই চি আই চি বেংকত চলিল ডকাইতি।
  • ডকাইতৰ দলে বেংকটোৰ পৰা লুটি লৈ গ'ল ৮,০৫,১১৫ টকা।
  • ৬জনীয়া ডকাইতৰ দল এটাই সংঘটিত কৰে এই কাণ্ড।
  • হেলমেট পৰিধান কৰি বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে।
  • বেংকৰ নিৰাপত্তাত নিয়োজিত এজন চিকিউৰিটী গাৰ্ডৰ ৰাইফলো কাঢ়ি লৈ যায় দলটোৱে।
  • এই সমগ্ৰ ঘটনা বন্দী হৈছে বেংকৰ চিচিটিভি কেমেৰাত।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • অৱশ্যে এই মুহূ্ৰ্তলৈকে ডকাইতৰ দলটোৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in