ৰাজহুৱা খণ্ডৰ ৭টা বেংকলৈ কেন্দ্ৰৰ ২৮,৬১৫ কোটি টকা অনুদান…

  • ৰাজহুৱা খণ্ডৰ ৭টা বেংকলৈ কেন্দ্ৰৰ অনুদান।
  • ২৮,৬১৫ কোটিৰ টকা অনুদান আগবঢ়াই কেন্দ্ৰই।
  • চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পূৰ্বেই বেংকসমূহে অনুদান লাভ কৰাৰ সম্ভাৱনা।
  • ৰি-কেপিটেলাইজেচন ব'ণ্ড অনুযায়ী বেংকসমূহে লাভ কৰিব এই ধন।
  • বেংক অৱ ইণ্ডিয়ালৈ ১০,০৮৬ কোটি টকাৰ সাহায্যৰাশি।
  • বেংক অৱ মহাৰাষ্ট্রলৈ কেন্দ্ৰৰ ৪,৪৯৮ কোটি টকা।
  • ইউকো, ইউনাইটেড বেংকলৈ ক্ৰমে ৩,০৫৬ আৰু ২,১৫৯ কোটি টকা অনুদান কেন্দ্ৰৰ।
  • ২০১৮-১৯ বৰ্ষত ৰাজহুৱা খণ্ডৰ বেংকলৈ মুঠ ৬৫ হাজাৰ কোটিৰ অনুদান ঘোষণা কৰা হৈছে।
  • ইতিমধ্যে কেন্দ্ৰই মোকলাই দিছে ২৩ হাজাৰ কোটি টকা।
  • বাকী থকা ৪২ হাজাৰ কোটি ধনৰাশিৰো ২৮,৬১৫ কোটি মোকলাই দিলে চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in