আমেৰিকাত বাংলাদেশৰ গৱেষক ছাত্ৰক গুলীয়াই হত্যা…

আমেৰিকাত বাংলাদেশৰ গৱেষক ছাত্ৰক গুলীয়াই হত্যা…
  • আমেৰিকাৰ লুইচিয়ানাত বাংলাদেশৰ এজন গৱেষক ছাত্ৰক গুলীয়াই হত্যা।
  • শিক্ষাৰ বাহিৰেও এটা গেছ ষ্ট্ৰেচনত কাম কৰি আছিল ছাত্ৰজন।
  • ছাত্ৰজনৰ নাম মহম্মদ ফিৰোজ-ওল-অমীন।
  • আমেৰিকাৰ লুইতিয়ানা ষ্টেট ইউনিভাৰৰ্চিটিৰ ছাত্ৰ আছিল তেওঁ।
  • শনিবাৰে দিনৰ ভাগতে গেছ ষ্টেচনটো ডকাইটে চলাইছিল লুট-পাত।
  • সেউ সময়তে ডকাইটৰ গুলীত নিহত হয় ফিৰোজ-ওল-অমীন নাম গৱেষক ছাত্ৰজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in