বিশ্বকাপ ৱৰ্ল্ডকাপত ৭ উইকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী বাংলাদেশ…

বিশ্বকাপ ৱৰ্ল্ডকাপত ৭ উইকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী বাংলাদেশ…
  • বিশ্বকাপত ৱৰ্ল্ডকাপ ২০১৯ত সোমবাৰৰ মেচখনত বাংলাদেশৰ হাতত পৰাস্ত ৱেষ্ট ইণ্ডিজ।
  • প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৩২১ৰান সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজে।
  • ৩টা উইকেট হেৰুৱাই বাংলাদেশে সংগ্ৰহ কৰে ৩২২ ৰান কৰি জয়ী হয়।
  • ৪১.৩ অভাৰত এই ৰান সংগ্ৰহ কৰে বাংলাদেশে।
  • বাংলাদেশৰ বেটছমেন ছকিব হাছানে ৯৯টা বলত ১২৪ ৰান সংগ্ৰহ কৰে।
  • লগতে লটিন দাসে ৬৯টা বলত সংগ্ৰহ কৰে ৯৪ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in