৮মাহৰ পিছত পুনৰ আৰম্ভ হব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা…

৮মাহৰ পিছত পুনৰ আৰম্ভ হব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা…

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতি কিছু শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কিছু স্বাভাৱিক হৈছে জনজীৱন। শেহতীয়াকৈ বাংলাদেশেও ভাৰতলৈ বিমান যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। অহা ২৮ অক্টোবৰৰ পৰা ভাৰতলৈ চলিব বাংলাদেশৰ পৰা বিমান। বিদেশ মন্ত্ৰাণালয়ে শেহতীয়াকৈ সদৰি কৰি তথ্যঅনুসৰি, তিনিটা এয়াৰলাইন্সে সপ্তাহত ২৮বাৰ যাত্ৰা কৰিব দুয়োখন দেশৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in