শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

গেছৰ পাইপলাইনত বিস্ফোৰণঃ নিহত ৭, আহত ৮…

2,858

ডিজিটেল ডেস্কঃ দক্ষিণ-পশ্চিম বাংলাদেশত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এটা বাসগৃহৰ গেছৰ পাইপলাইনত বিস্ফোৰণ  হোৱাৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৭জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৮জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

আৰক্ষীৰ মতে, ছট্টগ্ৰাম চহৰৰ এটা ৫ মহলীয়া এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। ইফালে, বিস্ফোৰণৰ ফলত এখন দেৱাল খহি পৰে তললৈ আৰু ইয়াৰ ফলত তলত পথেৰে অহা-যোৱা কৰা পথাচাৰীও আহত হয়। লগতে আৰক্ষীয়ে গেছ পাইপলাইনত কেনেকৈ বিস্ফোৰণ সংঘঠিত হ’ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই বুলি জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি