শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্ত ইকবালক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখযোগ্য যে এই ইকবাল নামৰ ব্যক্তিজনেই দুৰ্গা পূজাৰ এটা পেণ্ডলত এখন কোৰান থৈ আহিছিল। যাক কেন্দ্ৰ কৰি দেশখনত এক সাম্প্ৰদায়িক বিষবাস্প বিয়পি পৰিছিল।

ইকবালক বাংলাদেশ আৰক্ষীয়ে বিহস্পতিবাৰৰ নিশা কস্ক বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে। চি চি টি ভি ফুটেজৰ আধাৰত ইকবালক চিনাক্ত কৰিছিল আৰক্ষীয়ে। কমিল্লা পূজা পেণ্ডেলত থকা চি চি টিভিৰ ফুটেজত ধৰা পৰিছিল যে এই লোকজনে হাতত এখন কোৰান লৈ মণ্ডপৰ বাহিৰত ঘূৰি আছিল।

মূল কালপ্ৰীত ইকবাল..

আন এক দৃশ্যত দেখা পোৱা গৈছিল পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰা লোকজনে পেণ্ডেলৰ ভিতৰৰ পৰা ওলাই আহোঁতে হাতত এটা গদা লৈ আহিছিল। লৈ যোৱা কোৰানখন প্ৰতিমাৰ সমীপত থৈ আহিছিল এই সন্দেহজনক ব্যক্তিগৰাকীয়ে। ইয়াৰ ফলতেই সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত ৩ জন হিন্দুলোকে প্ৰাণ হেৰুৱাইছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি