বাক্সাৰ আনন্দ বজাৰত ভয়ানক অগ্নিকাণ্ড

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বাক্সাৰ আনন্দ বজাৰত অগ্নিকাণ্ডক কেন্দ্ৰ কৰি উত্তেজনা।
  • সম্পূৰ্ণৰূপে ভস্মীভূত এখন সুৰাৰ বিপণী।
  • সুৰাৰ বিপণীখনত অগ্নিকাণ্ডৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ।
  • ইফালে অগ্নিকাণ্ডৰ ফলত সুৰাৰ বিপণীখনৰ সমীপত থকা জুৱেলাৰীৰ দোকানো ক্ষতিগ্ৰস্ত।
  • স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিৰ্বাপিত কৰা হয় জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in