বাক্সাৰ কুমাৰীকাটাত বলেৰ’ পিকআপ বাহনে মহটিয়ালে চাইকেল আৰোহীক…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • বাক্সাৰ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বলেৰ' পিকআপ বাহনে মহটিয়ালে চাইকেল আৰোহীক।
  • দুৰ্ঘটনাটোত থিতাতে নিহত চাইকেল আৰোহী মনেশ্বৰ শৰণীয়া ৷
  • ঘৰলৈ চাইকেলেৰে ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
  • ভূটানৰ পৰা ৰঙিয়া অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ' পিকআপ বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in