শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

বাক্সাৰ কুমাৰীকাটাত বলেৰ’ পিকআপ বাহনে মহটিয়ালে চাইকেল আৰোহীক…

31
  • বাক্সাৰ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বলেৰ’ পিকআপ বাহনে মহটিয়ালে চাইকেল আৰোহীক।
  • দুৰ্ঘটনাটোত থিতাতে নিহত চাইকেল আৰোহী মনেশ্বৰ শৰণীয়া ৷
  • ঘৰলৈ চাইকেলেৰে ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
  • ভূটানৰ পৰা ৰঙিয়া অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিকআপ বাহনখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি