মহানগৰীৰ বশিষ্ঠত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন সুৰাভৰ্তি ট্ৰাক…

মহানগৰীৰ বশিষ্ঠত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন সুৰাভৰ্তি ট্ৰাক…
  • মহানগৰীৰ বশিষ্ঠত বুধবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন সুৰা কঢ়িওৱা ট্ৰাক।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰাকৰ চালকজন।
  • আহত চালকজনক আৰক্ষীয়ে ভৰ্তি কৰায় হাস্পতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in