অসমত আজিৰে পৰা বন্ধ বেইলী কোম্পানীৰ পেকেজিং বটল

অসমত আজিৰে পৰা বন্ধ বেইলী কোম্পানীৰ পেকেজিং বটল
  • ৰাজ্যত আজিৰে পৰা বন্ধ হ'ব বেইলী কোম্পানীৰ পেকেজিং বটল।
  • ৩০ দিনৰ বাবে বেইলী কোম্পানীৰ পেকেজিং বটল বন্ধ থাকিব ৰাজ্যত।
  • কেইবাটাও বিসংগতি ধৰা পৰা পিছতে বেইলী কোম্পানীৰ পেকেজিং বটল বন্ধ ৰখাৰ সিদ্ধান্ত খাদ্য আৰু যোগান বিভাগৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in