স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত বাবুল সুপ্ৰিঅ’, সঞ্জীৱ বালিয়ান, সঞ্জয় ধোত্ৰেৰ

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত বাবুল সুপ্ৰিঅ’, সঞ্জীৱ বালিয়ান, সঞ্জয় ধোত্ৰেৰ
  • পশ্চিমবংগৰ আচনচোলৰ সাংসদ বাবুল সুপ্ৰিঅ'ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপত গ্ৰহণ।
  • প্ৰথম বাৰৰ বাবে মোডীৰ মন্ত্ৰীসভাত স্থান লাভ তেওঁৰ।
  • ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে সঞ্জীৱ বালিয়ানে।
  • উত্তৰ প্ৰদেশৰ মুজাফ্ফৰপুৰৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হৈছে তেওঁ।
  • হাৰিয়ানাত পশু চিকিৎসক হিচাপে কৰ্মৰত আছিল তেওঁ।
  • ৰাজ্যিক মন্ত্ৰী ৰূপে শপত সঞ্জয় ধোত্ৰেৰ।
  • মহাৰাষ্ট্ৰৰ অকেলা সমষ্টিৰ পৰা ৪ বাৰৰ সাংসদ তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in