ৰামদেৰ বিলৈ ! হাতীৰ পিঠিত উঠি যোগাসন কৰোতে যোগগুৰু খহি পৰিল মাটিত…

ৰামদেৰ বিলৈ ! হাতীৰ পিঠিত উঠি যোগাসন কৰোতে যোগগুৰু খহি পৰিল মাটিত…

ডিজিটেল ডেস্ক : হাতীৰ পিঠিত যোগাসন কৰি থকা সময়ত হাতীৰ পিঠিৰ পৰা পৰে বাবা ৰামদেৱ । যোগাষন কৰি থকাৰ সময়তে দুৰ্ভাগ্যবশত হাতীৰ পিঠিৰ পৰা পৰি যোৱা এই বিশেষ ভিডিওটো ভাইৰেল হৈ পৰিছে । উত্তৰ প্ৰদেশৰ মথুৰৰাৰ এখন আশ্ৰমত সংঘটিত হয় এই দূৰ্ঘটনাটো ।

https://www.facebook.com/watch/?v=373992013966266

বাবা ৰামদেবে যোগাসন কৰি থকা সময়ত হাতীটোৱে লৰচৰ কৰাৰ ফলত পৰি যায় যোগ গুৰু জন । বাবা ৰামদেৱৰ এই বিশেষ ভিডিওটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in