কোৰোনাত আক্ৰান্ত অজন্তা নেওঁগ…

কোৰোনাত আক্ৰান্ত অজন্তা নেওঁগ…
  • বিজেপি নেত্ৰী অজন্তা নেওগৰ দেহত কোৰোনাৰ সংক্ৰমণ।
  • শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ।
  • উল্লেখ্য যে, বিগত দিনকেইটাত প্ৰচাৰ কাৰ্যত ব্যস্ত আছিল অজন্তা নেওগ।
  • গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওঁগ।
  • উল্লেখ্য যে, শেহতীয়াকৈ তপন গগৈৰ কোৰোনা পজিটিভ আহিছিল যদিও শেহতীয়াকৈ ৰিজাল্ট আহিছে নিগেটিভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in