শেহতীয়া খবৰ
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

নিৰ্বাচন আয়োগৰ কঠোৰ পদক্ষেপ! আজাম খানে ল’ব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰত অংশ…

438
  • সমাজৱাদী পাৰ্টিৰ নেতা আজাম খানে অংশ ল’ব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰত।
  • নিৰ্বাচন আয়োগে লৈছে এই কঠোৰ পদক্ষেপ।
  • মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা ৭২ ঘন্টালৈ চলিব লগা নিৰ্বাচনৰ প্ৰচাৰত অংশ ল’ব নোৱাৰিব নেতাগৰাকীয়ে।
  • নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে এই পদক্ষপে।
  • মঙলবাৰে ৰামপুৰত অনুষ্ঠিত হ’ব সমাজৱাদী পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি