পুৱাই ছিডনীত উপস্থিত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ

পুৱাই ছিডনীত উপস্থিত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ
  • বুধবাৰে পুৱাই অষ্ট্ৰেলিয়াত উপস্থিত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ।
  • ৬দিনীয়া ভ্ৰমণসূচীৰে আজি ছিডনীত উপস্থিত ৰাষ্ট্ৰপতিগৰাকী।
  • বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকীক জনায় উষ্ম আদৰণি।
  • অষ্ট্ৰেলিয়ালৈ যোৱা তেওঁৱেই প্ৰথম ভাৰতীয় ৰাষ্ট্ৰপতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in