গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…
  • দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন।
  • শিলচৰ লৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
  • গুৱাহাটী-শ্বিলং ৰোডত দুৰ্ঘটনাগ্ৰস্ত কনভয়ৰ বাহন।
  • নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰিল বাহনখন।
  • এই দুৰ্ঘটনাত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী।
  • কথমপি ৰক্ষা মন্ত্ৰী অতুল বৰাৰ বাহনখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in