মহানগৰীৰ মালিগাঁৱত মাতৃসহ ২ পুত্ৰক হত্যাৰ চেষ্টা এজন লোকৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীৰ মালিগাঁৱত এজন লোকৰ হত্যাৰ চেষ্টা মাতৃসহ ২ পুত্ৰক।
  • ঘপিয়াই হত্যাৰ চেষ্টাৰ অভিযোগ।
  • আক্ৰমণকাৰী ভৈৰৱ দাস সম্প্ৰতি পলাতক।
  • লোকজন ড্ৰাগছ আসক্ত বুলি সন্দেহ কৰা হৈছে।
  • গুৰতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃগৰাকীৰ নাম মৰমী দাস।
  • ইফালে ২ পুত্ৰৰ নাম সুৰজ দাস আৰু বিকি দাস।
  • জি এম চি এইছত ভৰ্তি কৰা হৈছে ৩ আহতক।
  • মালিগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভুগীৰ আত্মীয়ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in