ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা…

ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা…
  • ধুবুৰীত এটিএম চোৰৰ সন্ত্ৰাস।
  • নিশা এটিএমৰ পৰা চোৰে লুটি লৈ গ'ল ৪২ লাখ ৪৭ হাজাৰ টকা।
  • এছবিআইৰ এটিএমৰ পৰা চোৰে লুটি লৈ যায় টকাখিনি।
  • চোৰে এটিএম ভাঙিবলৈ গেছ কাটাৰৰ ব্যৱহাৰ কৰি জানিবলৈ দিছে আৰক্ষীয়ে।
  • পুৱা এই ঘটনা স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছতে খবৰ দিয়ে আৰক্ষীক।
  • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও সন্ধান পোৱা নাই চোৰৰ।
  • ইফালে এটিএম চোৰৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in