বঙাইগাঁৱৰ মঞ্চত জুবিনৰ নতুন গীত “পলিটিক্স নকৰিবা বন্ধু”, চাওক VIDEO

বঙাইগাঁৱৰ মঞ্চত জুবিনৰ নতুন গীত “পলিটিক্স নকৰিবা বন্ধু”, চাওক VIDEO

author-image
asomiyapratidin
New Update
বঙাইগাঁৱৰ মঞ্চত জুবিনৰ নতুন গীত “পলিটিক্স নকৰিবা বন্ধু”, চাওক VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত শুকুৰবাৰে নিশা গীত পৰিৱেশন কৰে জুবিন গাৰ্গে৷ এই অনুষ্ঠানতে জুবিন গাৰ্গে এটা নতুন গীত পৰিৱেশন কৰে৷

বৰ্তমানৰ অসমৰ পৰিস্থিতি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পৰিৱেশন কৰে "পলিটিক্স নকৰিবা বন্ধু" শীৰ্ষক গীতটো৷ জুবিনে গীতটো মঞ্চত পৰিবেশন কৰাৰ পিছতে এতিয়া গীতটোৰ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷