New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/IyAA±±u-IOOI÷sA±A-÷IE±-police-marigaonjui-for-web-AP-full-no-ad-copy.jpg)
- মহানগৰীত বুধবাৰে নিশা জুবিন গাৰ্গক আক্ৰমণৰ ঘটনাৰ মুল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ।
- বৃহস্পতিবাৰৰ নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হীৰকজ্যোতিক।
- ইফালে, এই ঘটনাৰে হীৰকজ্যোতি ৰাজবংশী জড়িত থকাৰ অভিযোগৰ পাছত এনএছইউআইয়ে তেওঁক সংগঠনটোৰ পৰা অপসাৰণ কৰিছে।
- জুবিন গাৰ্গে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে হীৰকজ্যোতি ৰাজবংশীক কৰায়ত্ত কৰিবলৈ চলাইছিল ব্যাপক অভিযান।