অসম
চিৰিয়াখানাৰ পৰা ওলাই অহা হৰিণৰ কৰুণ মৃত্যু গুৱাহাটীৰ হেঙেৰাবাৰীত…
• এক শোকাৱহ ঘটনা।
• চিৰিয়াখানাৰ পৰা ওলাই অহা হৰিণৰ কৰুণ মৃত্যু গুৱাহাটীৰ হেঙেৰাবাৰীত।
• কিছুদিন পূৰ্বেও চিৰিয়াখানাৰ পৰা ওলাই আহিছিল হৰিণা ।
•চিৰিয়াখানাৰ চৌহদৰ ভগা দেৱালেৰে ওলাই যায় হৰিণাবোৰ।