Published on:
Updated on:
- আজি গুৱাহাটীলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
- দুপৰীয়া ১ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'বহি তেওঁ।
- বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰণজিৎ দাসে বিমানবন্দৰত আদৰণি জনাব তেওঁক।
- বিজেপিৰ বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল'ব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
- দুপৰীয়া ১.৩০ বজাত খানাপাৰাৰ ষ্টাফ কলেজত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in