কামাখ্যাত উপস্থিত যোগী আদিত্যনাথ

কামাখ্যাত উপস্থিত যোগী আদিত্যনাথ
  • কামাখ্যা মন্দিৰত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
  • যোগী আদিত্যনাথৰ সৈতে উপস্থিত বিজেপি নেতা মহেন্দ্ৰ সিং আৰু অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও।
  • আদিত্যনাথৰ আগমনক লৈ কামাখ্যাধামত কটকটীয়া নিৰাপত্তা বেষ্টনী।
  • মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ কামাখ্যা মন্দিৰ চৌহদত সমৰ্থকৰ ভিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in