New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/cw4301s2/dsdsd.jpg)
YBY কেলেংকাৰীৰ খলনায়ক অনিৰাম বসুমতাৰীক গ্রেপ্তাৰ
গহপুৰত CID-এ গ্রেপ্তাৰ কৰে অনিৰামক
নিশা আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্রেপ্তাৰ প্রৱঞ্চকটোক
YBY নামৰ ট্রেডিং এপৰ জৰিয়তে লুণ্ঠন চলাইছিল অনিৰাম বসুমতাৰীয়ে
বহু কোটি টকা লুণ্ঠন চলাই পলাতক আছিল প্রৱঞ্চকটো