অসম মুখ্য-পৃষ্ঠা বাহনৰ খুন্দাত প্রাতঃভ্রমণলৈ যোৱা মহিলাৰ মৃত্যু… বাহনৰ খুন্দাত প্রাতঃভ্রমণলৈ যোৱা মহিলাৰ মৃত্যু… asomiyapratidin 25 Jul 2022 09:23 IST Follow UsNew Updateমুকালমুৱাৰ চান্দাত পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ খুন্দাত নিহত প্রাতঃভ্রমণলৈ যোৱা এগৰাকী বৃদ্ধ মহিলা। নিহত বৃদ্ধ মহিলাগৰাকীগৰাকী চান্দা গাঁৱৰ লতিমা কাকতি। হাজো দৌলাশাল পথৰ চান্দাত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক