/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/05/bedee191-c158-400c-8b23-c07e1c83803f.jpg)
প্ৰতীকি ফটো
মেৰাপানীত বিষাক্ত কাঠফুলা খাই মহিলাৰ মৃত্যু।
কাঠফুলা খাই অসুস্থ হৈ পৰা মহলি গৰাকীক প্ৰথমে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসাধীন অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু মহিলাগৰাকীৰ।
মৃত্যু হোৱা মহিলাগৰাকীৰ নাম তৰালি বৰ্মন।
যোৱা ২ এপ্রিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
আপাৰ মেৰাপানীত বিষাক্ত কাঠফুলা সেৱন কৰি অসুস্থ হৈছিল ৫টাকৈ পৰিয়াল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us