New Update
- অসমৰ সুৰাপায়ীসকলৰ বাবে আহিছে ভাল খবৰ।
- শনিবাৰ অৰ্থাৎ ২ মে', ২০২০ৰ পৰা ৰাজ্যত খুলিব সুৰাৰ বিপণী।
- আবকাৰী বিভাগৰ এক সূত্ৰই এই কথা সদৰি কৰিছে।
- পূৰ্বে ৪মে'ৰ পৰা খোলাৰ কথা আছিল সুৰা বিপণী।
- ইফালে এতিয়ালৈকে বৃদ্ধি হোৱা নাই সুৰাৰ মূল্য।
- পূৰ্বৰ মূল্যতে সুৰা উপলব্ধ হ'ব।
- অৱশ্যে গ্ৰাহক আৰু বিক্ৰেতাই মানি চলিব লাগিব কিছু নীতি-নিয়ম।
- একেসময়তে দোকানৰ সন্মুখত ৫ জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব।
- লগতে গ্ৰাহকসকলে ইজনে-সিজনৰ পৰা ৬ ফুট দুৰত্ব বজাই ৰাখিব লাগিব।