১০ ডিচেম্বৰৰ পৰা বিলাতী সুৰাত বৃদ্ধি পাব আবকাৰী শুল্ক…

১০ ডিচেম্বৰৰ পৰা বিলাতী সুৰাত বৃদ্ধি পাব আবকাৰী শুল্ক…
  • বিলাতী সুৰাত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ।
  • ৰাজ্য চৰকাৰে জাৰি কৰিলে শুল্ক বৃদ্ধিৰ অধিসূচনা।
  • বিলাতী সুৰাত সৰ্বোচ্চ ১৫ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰা হ'ব।
  • ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত।
  • অৱশ্যে বীয়েৰ-ৱাইনৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in