New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ele.jpg)
- পুৱাতে নগাঁৱৰ উপায়ুক্তৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰে বনৰীয়া হাতীয়ে।
- চৰকাৰী বাসভৱন চৌহদৰ বেৰা ভাঙি প্ৰৱেশ কৰিছিল মাখনা হাতীটোৱে।
- উপায়ুক্তৰ বাসভৱনৰ চৌহদত প্ৰবেশ কৰা বনৰীয়া হাতীটোৱে ফুলনি বাগিছাৰ বেৰা আদিৰ ক্ষতি সাধন কৰে।
- বাসগৃহৰ চৌহদৰ কৰ্তব্যৰত আৰক্ষীয়ে খেদি পঠাই হাতীটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us