নুমলীগড়ত হাতী-মানুহৰ সংঘাত, আতংকিত অঞ্চলবাসী

নুমলীগড়ত হাতী মানুহৰ সংঘাত। বন্যহস্তীয়ে কেমেৰাৰ সন্মুখতেই মানুহলৈ লৈছে চোঁচা লৈছে।

author-image
Asomiya Pratidin
New Update
নুমলীগড়ত হাতী-মানুহৰ সংঘাত, আতংকিত অঞ্চলবাসী

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ত হাতী মানুহৰ সংঘাত। বন্যহস্তীয়ে কেমেৰাৰ সন্মুখতেই মানুহলৈ লৈছে চোঁচা লৈছে। হাতীৰ আক্ৰমণত শংকিত হৈ পৰিছে অঞ্চলবাসী।

ঘৰে বাৰীয়ে চলাইছে বনৰীয়া হাতীয়ে উপদ্ৰৱ।এই ঘটনা নুমলীগড়ৰ ঢলাকছাৰী গাওঁৰ। অঞ্চলটোৰ চাৰিফালে কেৱল হাতী আৰু হাতী। মানুহৰ ঘৰ বাৰী,পথাৰ সকলোতে হাতীৰ উপদ্ৰৱ।

ঘৰ-বাৰীত সোমাই চলাইছে ত্ৰাস। মহিলা পুৰুষ সকলোৱে নিজৰ ঘৰখন বচাবলৈ চলাইছে আপ্ৰাণ চেষ্টা। উল্লেখ্য যে, খাদ্যৰ সন্ধানত হাবিৰ পৰা হাতী ওলাই আহি চলাই তাণ্ডৱ।

Also Read: কিমান সুৰক্ষিত গুৱাহাটী! নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ