New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- বিজেপিত খহনীয়া।
- পদত্যাগ বিজেপিৰ জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হাইথুঙ বিল লুথাৰ৷
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি পদত্যাগ লুথাৰ৷
- নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৱবাসীক প্ৰৱঞ্চনাৰ অভিযোগ৷
- হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা৷
- উত্তৰ-পূৱবাসীৰ বাবে তেজ দিবলৈও সাজু বিজেপিৰ সাধাৰণ সম্পাদকগৰাকী বুলি মন্তব্য৷
- 'হিমন্ত বিশ্ব শৰ্মা প্ৰধান মন্ত্ৰীৰ পোহনীয়া কুুকুৰ' আখ্যা লুথাৰ৷
- হিমন্ত বিশ্ব শৰ্মাই ভোট বেংকৰ স্বাৰ্থত এই কুটিল ৰাজনীতি কৰাৰ অভিযোগ৷
- হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান লুথাৰ৷
- 'বিধেয়ক সন্দৰ্ভত হিমন্তই মোৰ সৈতে মুকলি তৰ্ক কৰক৷'
- 'তৰ্কত মই বিজয়ী হ'লে উত্তৰ-পূৱৰ ৰাজপথত হিমন্ত নগ্ন হ'ব লাগিব৷'
- 'যদি হিমন্ত বিজয়ী হয় মই নগ্ন হ'বলৈ সাজু৷'
- উত্তৰ-পূৱৰ দল-সংগঠনৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক ধন্যবাদ নেতা গৰাকীৰ৷
- বিগত ১৫ বছৰে বিজেপি দলৰ হৈ সেৱা আগবঢ়াইছিল নাগালেণ্ডৰ নেতাগৰাকীয়ে।