New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
AGRANI KHABAR
ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।
এইবাৰ বকোৰ বনগাঁৱবুঢ়ীত নিশা জব্দ কৰা হ'ল ২৮ টাকৈ চোৰাং গৰু।
নিশা গাওঁৰক্ষী বাহিনী আৰু ৰাইজে জব্দ কৰিলে গৰু কেইটা।
জব্দ কৰা গৰু কেইটা গোৱালপাৰাৰ পৰা গোপনে বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ।
নিশা গৰু কেইটা জব্দ কৰাৰ পিছতে আৰক্ষীক গটাই দিয়ে গাওঁৰক্ষী বাহিনীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us