অসম
অসমৰ বানত প্ৰাণ গ’ল উত্তৰ প্ৰদেশৰ ব্যক্তিৰ…
- নলবাৰীত পুনৰ বানত এজনৰ মৃত্যু।
- মৃত্যু হোৱা লোকজন সূৰ্যকুমাৰ ৰাজপুত।
- সূৰ্যকুমাৰ ৰাজপুতৰ ঘৰ উত্তৰ প্ৰদেশত।
- ঘৰলৈ গৈ থকা অৱস্থাতে পানীৰ সোঁতত উটি গ'ল লোকজন।
- পাইকাৰকুছিৰ ক্ষুদ্র চেনীকুছিত সংঘটিত হৈছে এই ঘটনা।
- বালাজী ফুড প্রডাক্ট নামৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল লোকজন।
ক্লিক কৰি পঢ়কঃ মঙলদৈত পূৰ্বে কেতিয়াও হোৱা নাই ইমান পানী !