অসমবাসীলৈ ৰঙালী বিহুৰ শুভকামনা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে…

অসমবাসীলৈ ৰঙালী বিহুৰ শুভকামনা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে…
  • অসমবাসীলৈ বহাগ বিহুৰ শুভেচ্ছা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ।
  • ৰাষ্ট্ৰপতি গৰাকীয়ে দক্ষিন এচিয়া আৰু দক্ষিন-পূব এচিয়াৰ সকলো সম্প্ৰদায়লৈ বৈশাখী, নৱৰাত্ৰি আৰু আগন্তুক নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰে ।
  • আগন্তুক নৱবৰ্ষই সকলো পৰিয়ালৈ সমৃদ্ধি কঢ়িয়াই অনাৰ আশা ৰাষ্ট্ৰপতি গৰাকীৰ ।
  • ফেচবুক যোগে এই শুভেচ্ছা বাণী প্ৰেৰণ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in