/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d9079a82-123c-45d7-b0b4-4d1a7e0b6597/2a5ba80f-14a1-4c0b-b933-0030b5638d2d.jpg)
ডিজিটেল ডেস্ক : দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য এম সিন্ধিয়া। ড’নাৰমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পিছত প্রথমবাৰ বাবে উত্তৰ-পূবত ভ্ৰমণলৈ আহিছে মন্ত্রীগৰাকী।
অৱশ্যে গুৱাহাটীত পদাৰ্পণ কৰাৰ কিছুসময় পাছতে শ্বিলঙলৈ ৰাওনা হয় কেন্দ্রীয় মন্ত্রী সিন্ধিয়া। জানিব পৰা মতে মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/73053885-1ee6-4707-a728-f89f4677e953/f5ff03e9-37d4-4fa3-b211-10434a0587a7.jpg)
আনহাতে উক্ত বৈঠকৰ পিছতে পুনৰ গুৱাহাটীলৈ উভতি আহিব মন্ত্ৰীগৰাকী। জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ-পূবৰ উন্নয়নৰ বাবে বিভিন্ন পেকেজৰ কথাও সদৰী কৰে।