পৰ্বতঝোৰত যুৱকৰ মৃতদেহ উদ্ধাৰ...

ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱত পথৰ কাষত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । এই পৰ্যন্ত মৃতদেহৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে জিলা দণ্ডাধীশ।

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ
  • পৰ্বতঝোৰত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱত পথৰ কাষত উদ্ধাৰ মৃতদেহটো।
  • মৃতদেহৰ পৰা উদ্ধাৰ হয় এটা মোবাইল ফোন।
  • ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বগৰিবাৰী আৰক্ষীয়ে।
পৰ্বতঝোৰা