/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b950b89f-5d2e-40b2-a5cb-f3ceb962c125/asc.jpg)
-
১৫ আগষ্টৰ প্ৰাকক্ষণত গ্ৰেপ্তাৰ আলফা(স্বাধীন)ৰ লিংকমেন ৷
-
আলফা(স্বাধীন)ৰ ওপৰত ওলোৱা এটা পৰ্টেলৰ বাতৰি চেয়াৰ কৰি গ্ৰেপ্তাৰ জামুগুৰিহাটৰ যুৱক৷
-
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম ৰঞ্জিত বড়ো ৷
-
যুৱকজনৰ ঘৰ জামুগুৰিহাটৰ টুপীয়াত৷
-
আৰক্ষীয়ে যুৱকজনক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
-
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।