Published on :
Updated on :
- আলফা (স্বা) য়ে বিজু গগৈক মৃত্যুদণ্ড দিয়াৰ কথা প্ৰকাশ পোৱাৰ পিছতে পোহৰলৈ আহিছে আন কেইবাটাও মৃত্যুদণ্ডৰ ঘটনা।
- কেইবাজনো সদস্যক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
- সন্দেহ অনুসৰি আলফা (স্বা)ই হত্যা কৰা সদস্যকেইজন ক্রমে ডিম্বেশ্বৰ সোণোৱাল, সীমান্ত মৰাণ।
- এই তালিকাত আছে নাৰায়ণ অসম, মন অসম, অয়ন অসম, ৰাইনো অসম, বিনন্দ অসমৰো নাম।
- আনন্দ অসম,পৰাগ অসম, অৰণ্য অসম, অপূৰ্ব বৰুৱাকো হত্যা কৰাৰ সন্দেহ
- বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড দিয়াৰ কথা প্ৰকাশ পাইছিল বুধবাৰে।
- ইয়াৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য।
- সন্তোষ লামা ওৰফে অপু অসমক আৰক্ষীয়ে জেৰা কৰাত প্ৰকাশ হৈছে বহু বিস্ফোৰক তথ্য।
Asomiya Pratidin
www.asomiyapratidin.in