আলফা (স্বাধীন)ক ক্ষুৰধাৰ সমালোচনা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ।আলফা (স্বাঃ) সন্দৰ্ভত সাংবাদিকৰ আগত প্রতিক্রিয়া সাংবাদিক গৰাকীৰ।আলফাই অসমৰ বাবে একো কৰা নাই বুলি মন্তব্য।আলফাই প্রতিষ্ঠা কালৰে পৰা অসমত কলপুলি এটাও ৰোৱা নাই।আলফাই শিয়ালৰ দৰে জংঘলৰ পৰা কেৱল চিঞৰিব পাৰে।আলফাক আপদ আৰু অপ্রাসংগিক আখ্যা প্রবীণ সাংবাদিকগৰাকীৰ।যিসকল ল'ৰা আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ অশিক্ষিত।চৰকাৰী চাকৰি নহ'লেই আলফালৈ যাব নালাগে যুৱক-যুৱতীসকল।চৰকাৰী চাকৰি অবিহনেও অসমত অজস্র সম্ভ্রান্ত লোক আছে।এইদৰেই আলফাক সমালোচনা কৰিলে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে। .ক্লিক কৰি পঢ়কঃ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উঠা জোনমণি ৰাভাক তাৎক্ষণিক ভাৱে বদলি….