New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/43f910d8-472c-46d9-ac03-986a1dc944ee.jpg)
- ওদালগুৰিৰ পৰা অৰুণাচললৈ যোৱা পথৰ কেইবাস্থানতো ভুমিস্খলন।
- বন্ধ হৈ পৰিছে ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড হৈ অৰুণাচলত প্ৰৱেশ কৰা পথ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/db1538de-71b8-4cc0-b5e0-229151ec3df1-1024x787.jpg)
- ভৈৰৱকুণ্ড-বালেমু পথত যাতায়াত চলাচল ব্যাহত।
- যাতায়াত বন্ধ হ'ল ৰূপা-জীগাওঁ পথতো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/776ec7a3-717d-45ea-98b0-42ffab47dcd8-768x1024.jpg)
- পথৰ কেইবাস্থানতো পাহাৰৰ মাটিয়ে বন্ধ কৰিছে পথ।
- কেইবাটাও স্থানত পথ ছিঙি যোৱাৰ খবৰ লাভ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/43f910d8-472c-46d9-ac03-986a1dc944ee-576x1024.jpg)
- অসমৰ পৰা ভৈৰৱকুণ্ড হৈ অৰুণাচললৈ যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/dd046284-9314-4f99-bbb1-a9cfb58d8036-1024x768.jpg)