New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/udalguttiammselhi-police-marigaonjui-for-web-AP-full-no-ad-copy.jpg)
- স্বাধীনতা দিৱসৰ প্রাকক্ষণত অসম আৰক্ষীৰ বিশেষ সফলতা।
- ওদালগুৰিৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্র।
- মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্রসমূহ।
- অসম আৰক্ষী চাউনীত উদ্ধাৰ হোৱা অস্ত্র-শস্ত্র প্রদৰ্শন আৰক্ষীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/65cf78a2-d62e-47fe-bdfe-d24dee43c093-1-1024x768.jpg)
- মাৰণাস্ত্রসমূহৰ ভিতৰত আছে ক্ৰমে এ কে-৪৭ ৰাইফল দুটা, এ কে ৫৬ ৰাইফল ৫টা, এম-১৬ ৰাইফল দুটা,
- এয়াৰগান এটা, ৯ এম এম পিষ্টল ৭ টা, মেগজিন ২৩ টা, গ্রেনেড ১২ টা, বোমা ৫ টা,
- ৭.৬২ পিষ্টলৰ সক্রিয় গুলী ১৬৬ ৰাউণ্ড, থ্রী নট থ্রী ৰাইফলৰ সক্রিয় গুলী ৩০০ ৰাউণ্ড,
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/a92cb6ef-3beb-44cc-9e4f-2222b16f5cdf-1-768x1024.jpg)
- ৭৯০ ৰাউণ্ড ৯ এম এম পিষ্টলৰ সক্রিয় গুলীসহ ২০ কিলোগ্রাম বিস্ফোৰক।
- ত্রিপালেৰে বান্ধি পুতি ৰখা হৈছিল মাৰণাস্ত্রসমূহ।