New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/udalguriii-corona-india-vgggmuibbb3-copy.jpg)
- কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ।
- বুধবাৰে ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা এবছুৱে।
- ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত এই প্ৰতিবাদ।
- প্ৰতিবাদত উপস্থিত থাকে কেবা শতাধিক প্ৰতিবাদকাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/79cea8d6-d63b-4b17-aab6-eef7f84b91ae-1024x576.jpg)
- আমাক ন্যায় লাগে, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী গ'বেক শ্লোগান প্ৰদান প্ৰতিবাদকাৰীসকলৰ।
- কোকৰাঝাৰৰ ঘটনাক ভুৱা এনকাউণ্টাৰ আখ্যা প্ৰতিবাদকাৰীৰ।
- নিহত দুই যুৱকৰ হত্যাকাণ্ডৰ ন্যায় দাবী প্ৰতিবাদকাৰীসকলৰ।
- এনে ধৰণৰ ভুৱা এনকাউণ্টাৰ সহ্য নকৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।
- ভুৱা এনকাউণ্টাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে সংগঠনটোৱে।
- নিহত লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/679cfed3-8389-4a65-bdd8-3c7a18ebd0a0-1024x576.jpg)