কোকৰাঝাৰৰ এনকাউণ্টাৰক লৈ ওদালগুৰিত এবছুৰ প্ৰতিবাদ…

কোকৰাঝাৰৰ এনকাউণ্টাৰক লৈ ওদালগুৰিত এবছুৰ প্ৰতিবাদ…
  • কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ।
  • বুধবাৰে ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা এবছুৱে।
  • ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত এই প্ৰতিবাদ।
  • প্ৰতিবাদত উপস্থিত থাকে কেবা শতাধিক প্ৰতিবাদকাৰী।
  • আমাক ন্যায় লাগে, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী গ'বেক শ্লোগান প্ৰদান প্ৰতিবাদকাৰীসকলৰ।
  • কোকৰাঝাৰৰ ঘটনাক ভুৱা এনকাউণ্টাৰ আখ্যা প্ৰতিবাদকাৰীৰ।
  • নিহত দুই যুৱকৰ হত্যাকাণ্ডৰ ন্যায় দাবী প্ৰতিবাদকাৰীসকলৰ।
  • এনে ধৰণৰ ভুৱা এনকাউণ্টাৰ সহ্য নকৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।
  • ভুৱা এনকাউণ্টাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে সংগঠনটোৱে।
  • নিহত লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in