New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/karbi.jpg)
- পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত উত্তেজনা।
- সীমান্তৰ অসমৰ জাতালুঙৰ নিকটৱৰ্তী মেঘালয়ৰ ৱাৰ বস্তি আৰু মৌলাচেনাইৰ মাজত অসমৰ উমলাফেৰৰ দুই যুৱকক খাচী দুৰ্বৃত্তৰ নৃশংস আক্ৰমণ।
- এখন এল্ট গাড়ীৰে শ্বিলঙৰ পৰা উমলাফেৰলৈ আহি আছিল সঞ্জয় গুৰুং আৰু জন নামৰ উমলাফেৰ অঞ্চলৰ দুই যুৱক।
- সোমবাৰে পুৱা দুয়ো গৈছিল শ্বিলঙলৈ।
- সীমান্তৱৰ্তী মেঘালয়ৰ ৱাৰবস্তি আৰু মৌলাচেনাইৰ মাজত যুৱকদ্বয়ক আবদ্ধ কৰি শৰীৰত বিয়েৰ ঢালি আক্ৰমণ খাচী দুৰ্বৃত্তৰ।
- খাচী দুৰ্বৃত্তই আক্ৰমন কৰি সঞ্জয় গুৰুঙৰ দাঁত ভঙাৰ লগতে চোকা অস্ত্ৰৰেও ঘপিয়াই আক্ৰমণ কৰে।
- কোনোমতে প্ৰাণ ৰক্ষা কৰি উমলাফেৰত উপস্থিত আহত সঞ্জয় গুৰুং আৰু জন।