New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আটক দুগৰাকী মহিলা।
- আটকাধীন দুয়োগৰাকী মহিলাৰ বিৰুদ্ধে শিশু চুৰিৰ অভিযোগ।
- জি এম চি এইছৰ পৰা মহিলা দুগৰাকীয়ে শিশু চুৰ কৰিবলৈ চেষ্টা কৰিছিল বুলি সন্দেহ কৰা হৈছে।
- জি এম চি এইছ নিৰাপত্তাৰক্ষীয়ে আটক কৰে দুয়োগৰাকী মহিলাক।
- ধৃত মহিলাদ্বয় প্রমিলা ডেকা আৰু বিজিতা দাস।
- ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জি এম চি এইছ কৰ্তৃপক্ষই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us