/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a8bad7ba-5406-4f09-a75f-5c5002f9854e/udalguri_03.jpg)
ধনলৈ থকাৰ সময়তে হাতে-লোতে গ্ৰেপ্তাৰ ধনশিৰি বন সংমণ্ডলৰ বিষয়া...
-
ওদালগুৰিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
-
ধনলৈ থকা অৱস্থাত হাতে-লোতে ধৰিলে এজনক।
-
ধৃত লোকজন হৈছে লাচিত বড়ো।
-
বড়ো হৈছে ধনশিৰি বন সংমণ্ডলৰ বীট অফিচাৰ।
-
বনজ সম্পদ সৰবৰাহৰ ক্ষেত্ৰত এগৰাকী লোকৰ পৰা ধন লোৱাৰ সময়তে হাতে-লোতে ধৰে লোকজনক।
-
আনহাতে আন এজন লোককো গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।
Also Read: অসমত বাল্য বিবাহ...