Published on:
Updated on:
- শিৱসাগৰৰ আমগুৰিত সেনাৰ অভিযানত দুজন ব্যক্তিক আটক।
- যোৰহাট জিলাৰ বৰহোলাৰ পৰা অনুসৰণ কৰি আমগুৰিত মাৰণাস্ত্ৰসহ আটক কৰে ব্যক্তি দুজনক।
- আটক কৃষ্ণ সোণোৱাল আৰু হীৰেন সোণোৱাল।
- সেনাই জব্দ কৰে এটা .৩২, এটা .২২ পিষ্টল আৰু ২ জাঁই গুলী।
- দুয়োজন ব্যক্তিক আটক কৰি আমগুৰি আৰক্ষীক গতালে সেনাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in