তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ ট্ৰাক চালকৰ মৃত্যু

তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ ট্ৰাক চালকৰ মৃত্যু

author-image
asomiyapratidin
New Update
তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ ট্ৰাক চালকৰ মৃত্যু

প্ৰতীকি ফটো

  • তেজপুৰত বিদ্যুত্‍স্পৃষ্টৰ ঘটনা
  • বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন ট্ৰাক চালকৰ।
  • ৰৈ থকা ট্ৰাকখনত উঠাৰ সময়তে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু চালকজনৰ।
  • ট্ৰাকখনৰ ওপৰতে আছিল বিদ্যুতৰ তাঁৰডাল।
  • বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত চালকজন।