ত্ৰিপুৰাৰ পৰা অসমলৈ আহিব নোৱাৰিব কোনো লোক, ছীল হ’ল চুড়াইবাড়ী সীমান্ত…

ত্ৰিপুৰাৰ পৰা অসমলৈ আহিব নোৱাৰিব কোনো লোক, ছীল হ’ল চুড়াইবাড়ী সীমান্ত…

author-image
asomiyapratidin
New Update
ত্ৰিপুৰাৰ পৰা অসমলৈ আহিব নোৱাৰিব কোনো লোক, ছীল হ’ল চুড়াইবাড়ী সীমান্ত…

  • ছীল কৰি দিয়া হৈছে অসম-ত্ৰিপুৰা চুড়াইবাড়ী সীমান্ত।
  • ত্ৰিপুৰাত দৈনিক কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে।
  • উল্লেখ্য যে, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাদে বাকী সকলো যান বাহন বন্ধ কৰা হৈছে।
  • উল্লেখ্য যে, ট্ৰিপুৰাত কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি হৈছে।
  • ইফালে দুজন লোকক ৰিলিজ দিয়া হৈছে হাস্পতালৰ পৰা।
  • দুজন ৰোগীক ৰাজ্যখনৰ পৰা বাহিৰলৈ পঠিওৱা হৈছে।